78
ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ তুলনাত আজি তিনি পইচা হ্ৰাস পাইছে ইন্ধনৰ দাম। আন্তঃজাতিক বজাৰত দামৰ উত্থান-পতনৰ সমান্তৰালকৈ দেশতো তাৰতম্য ঘটিছে পেট্ৰ’ল-ডিজেলৰ দামৰ।
তদানুসৰি অজি অসমত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হৈছে ৬৬.২১ পইচা। একেদৰে প্ৰতি লিটাৰ ডিজেলৰ দাম ৫৬.৮৯ পইচা। কিন্তু একেসময়তে বাঢ়িছে সোণৰ দাম।