Home বিশ্বড্ৰোনেৰে মানৱ সংহাৰৰ প্ৰকল্পত গুগলৰ হাত, অসন্তুষ্ট কৰ্মচাৰীৰ পদত্যাগ

ড্ৰোনেৰে মানৱ সংহাৰৰ প্ৰকল্পত গুগলৰ হাত, অসন্তুষ্ট কৰ্মচাৰীৰ পদত্যাগ

by News Desk
75 views
A+A-
Reset

Newsnextone | ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সংক্ৰান্ত মে’ভেন নামৰ প্ৰকল্পটোত গুগলৰ অৰিহণা থকাৰ খবৰ পাই গুগলৰ ১২ জনমান কৰ্মচাৰীয়ে চাকৰি এৰাৰ কথা প্ৰকাশ পাইছে গিজম’ডো নামৰ আন্তৰাষ্ট্ৰীয় বাতৰিৰ ৱেবচাইটটোত। মানুহ মৰাৰ প্ৰকল্পত কাম নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি চলিত বৰ্ষৰ এপ্ৰিল মাহত গুগলৰ ৪ হাজাৰ কৰ্মচাৰীয়ে পিটিশ্যনত স্বাক্ষৰ কৰাৰ লগতে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচ্চাইক আবেদন জনাইছিল। 

বিতৰ্কিত মে’ভেন প্ৰকল্পৰ সৈতে গুগলে চুক্তি বাতিল কৰাৰ দাবী তোলা কৰ্মচাৰীৰ একাংশই গুগলৰ অটল সিদ্ধান্তৰ বিৰোধীতা কৰি পদত্যাগ কৰে। উক্ত প্ৰকল্পটোত গুগলৰ ক্লাউড ইউনিটে কাম কৰি আহিছে আৰু ইয়াৰ পৰা এক বৃহৎ পৰিমাণৰ মুনাফা গুগলে পাব। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেণ্টাগণৰ ড্ৰোনচালিত যুদ্ধকৌশলত গুগলে মেচিন লাৰ্নিং আৰু কৃত্ৰিম বুদ্ধিমত্তাৰে সহায় আগবঢ়োৱা এই প্ৰকল্পৰ নৈতিক বৈধতাক লৈ একাংশ কৰ্মচাৰীয়ে প্ৰশ্ন উত্থাপন কৰি আহিছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0