Home ৰাজ্যহোজাইত আমছু নেতাৰ গুণ্ডাৰাজ, ক্ষুব্ধ স্থানীয় ৰাইজ

হোজাইত আমছু নেতাৰ গুণ্ডাৰাজ, ক্ষুব্ধ স্থানীয় ৰাইজ

by News Desk
69 views
A+A-
Reset

মোৰাঝাৰঃ আপুনি শিক্ষিত হওঁক বা অশিক্ষিত হওঁক৷ যদি কোনো কাম নকৰি সহজতে ধনী হোৱাৰ কামনা কৰে তেন্তে ছাত্ৰ সংগঠনত যোগ দিয়ক৷ ছাত্ৰ সংগঠনত যোগ দিলেই ভয়-ভাবুকি, ধন দাবীৰে নিজৰ প্ৰয়োজনীয় সকলো কাৰ্য সুকলমে পৰিচালিত কৰাৰ লগতে সহজে নিবনুৱাৰ পৰা বনুৱা হৈ পৰিব৷ হোজাই জিলাৰ ডবকা, নীলবাগান, মোৰাঝাৰ আদি অঞ্চলৰ একাংশ ছাত্ৰ নেতাৰ কাৰ্যকলাপত ত্ৰাহি মধুসূধন সুঁৱৰিব লগা হৈছে সাধাৰণ জনতাই৷

সামাজিক কাম-কাজৰ দায়বদ্ধতাৰে গঠন হোৱা হোজাইৰ একাংশ দল সংগঠনৰ একাংশ কৰ্মীয়ে শিল-বালি কঢ়িওৱা গাড়ী ধৰি কমিছন সংগ্ৰহ কৰা, ভয়-ভাবুকিৰে ধনদাবী কৰা আদি কাৰ্যত লিপ্ত হোৱাত ছাত্ৰ সংগঠনবোৰৰ বিৰুদ্ধে স্থানীয় জনগণ ক্ষোভিত হৈ পৰিছে৷ আমছুৰ কেন্দ্ৰীয় নেতা আহমদ হুছেইন গোটৰ এজন আমছু কৰ্মীৰ বিৰুদ্ধে এজন নিৰীহ ব্যক্তিয়ে মোৰাঝাৰ থানাত ধনদাবীৰ গোচৰ দাখিল কৰাৰ এক ঘটনাই হোজাই জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0