Home ৰাজ্যবিটিচি নিৰ্বাচনত চিপিআইএম দলেও আগবঢ়াব প্ৰাৰ্থিত্ব, গোৰেশ্বৰত চি পি আইএমৰ সমাৱেশ

বিটিচি নিৰ্বাচনত চিপিআইএম দলেও আগবঢ়াব প্ৰাৰ্থিত্ব, গোৰেশ্বৰত চি পি আইএমৰ সমাৱেশ

by News Next One
A+A-
Reset

গোৰেশ্বৰঃ শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসম তলৰ পৰা দ্বিতীয়৷ ইতিহাস আছে৷ ভাৰতৰ ভিতৰত অসমৰ শিক্ষাৰ হাৰ বেছি আছিল৷ আজি বেচৰকাৰীৰ হাতত শিক্ষা ব্যৱস্থা গতাই দিছে৷ হাজাৰ হাজাৰ স্কুল বন্ধ হৈছে। অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে আটাইতকৈ দামী স্কুল খুলিছে৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনে কাৰ কাৰণে কাম কৰিছে? আজি আবেলি লোকনিৰ্মাণ বিভাগৰ গোৰেশ্বৰস্থ পৰিদৰ্শন বাংলাৰ বাকৰিত তামুলপুৰ জিলাৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত অনুষ্ঠিত জিলা সমাৱেশত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এনেদৰে কয়।

তেওঁ আৰু কয় যে আজি ঠিকাদাৰসকলে আন্দোলন কৰিব লগা হৈছে৷ জলজীৱন বিভাগৰ ঠিকাদাৰসকলে প্ৰায় ৩২ শ কোটি টকা পাবলগীয়া আছে। জলজীৱন বিভাগৰ ঠিকাদাৰক বিল আদায় দিব পৰা নাই৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পত্নীক ফাৰ্ম খোলাৰ নামত ৫০ লাখ ৰাজসাহায্য দিয়ে৷ সাধাৰণ মানুহক ১২ শ টকা দিছে৷ এই বিষয়ে প্ৰতিক্ৰিয়া হোৱাত মুখ্যমন্ত্ৰীয়ে পিছত মন্ত্ৰীয়ে কেনেকৈ খাব বুলি কয়। মুখ্যমন্ত্ৰীয়ে জানে জয়ন্তমল্ল বৰুৱা যে পিছত বিধায়ক হৈ থাকিব নোৱাৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0