Home দেশমোডী-শ্বাহৰ উপস্থিতিত গুজৰাটৰ মুখ্যমন্ত্রী ৰূপে শপত ললে ৰূপানীয়ে

মোডী-শ্বাহৰ উপস্থিতিত গুজৰাটৰ মুখ্যমন্ত্রী ৰূপে শপত ললে ৰূপানীয়ে

by News Desk
69 views
A+A-
Reset

ডিজিটেল ডেস্কঃ বহু জল্পনা কল্পনাৰ অন্তত দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী ৰূপে মঙলবাৰে শপত ললে বিজয় ৰূপানীয়ে৷ বিজয় ৰূপানীৰ সৈতে মন্ত্ৰীসভাৰ ২০গৰাকী বিধায়কে  শপত গ্ৰহণ লয়৷ গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত ব্যায়বহুল শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ সভাপতি অমিত শ্বাহ উপস্থিত থাকে৷

বিজেপি শাসনাধীষ্ট ১৮খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সহযোগী মিত্ৰ দল জেডিইউৰ প্ৰধান তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ উপস্থিত থাকে৷ ইফালে উপ-মুখ্যমন্ত্ৰী হিচাবে দ্বিতীয়বাৰৰ বাবে শপত লয় নীতিন পেটেলে৷ এইবাৰৰ মন্ত্ৰীসভাত মুখ্যমন্ত্ৰী ৰূপানীয়ে ৯জন নতুন মুখ অন্তৰ্ভুক্ত কৰাৰ উপৰিও বিগত মন্ত্ৰীসভাৰ ১১ জন সদস্যক স্থান দিয়ে কেবিনেটত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0