68
গোলকগঞ্জঃ গোলকগঞ্জৰ দেবত্তৰ হাজদাহত লোমহৰ্ষক হত্যা কাণ্ড সংঘটিত হয়৷ স্বামীৰ উপৰ্যুপৰি ছুৰিকাঘাতত প্ৰান গ’ল পত্নী সাহিদা বিবি৷
হত্যাকাৰী স্বামীৰ নাম ফজলুল হক৷ ফজলুলৰ ঘৰ গৌৰীপুৰ থানাৰ বতুৱাতলী গাঁৱত। বুধবাৰে পুৱা আঠ মান বজাত হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰে পত্নী হত্যাকাৰী ফজলুলে। তিনিটা সন্তানৰ মাতৃ আছিল সাহিদা৷