Home ৰাজ্যশিবসাগৰত গুণোৎসৱ

শিবসাগৰত গুণোৎসৱ

by News Desk
64 views
A+A-
Reset

newsnextoneশিৱসাগৰ ৮অক্টোবৰঃ আজি মহালয়াৰ লগতে আৰম্ভ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্রথম দিন ,শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ ক্ষেত্রত অসম চৰকাৰৰ এক উল্লেখনীয় পদক্ষেপ হৈছে গুণোৎসৱ,প্রথম পৰ্য্যায়ৰ সমাপ্তিৰ পিছত আজিৰে পৰা ৰাজ্যৰ বহু কেইখন জিলাত আৰম্ভ হৈছে গুণোৎসৱ,শিৱসাগৰ জিলাৰো প্রায় ভাগ বিদ্যালয়তে পূৰ্ণ গতিত আৰম্ভ হোৱা এই উৎসৱত অংশ গ্রহণ কৰিছে ছাত্র ছাত্রী সকলে,কোন বিদ্যালয়ে কি গ্রেড পাব তাক লৈ এতিয়া উৎকন্ঠা বিদ্যালয়সমূহত,এয়া শিৱসাগৰ জিলা দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দৃশ্য,প্রথম পৰ্য্যায়ত হোৱা গুণোৎসৱত A+ গ্রেড পোৱাৰ পিছত এইবাৰো ফলাফল অধিক উন্নত কৰাক লৈ সকলোৱে চলাইছে প্রচেষ্টা,বিশেষকৈ শিক্ষাগুৰুসকলৰ প্রচেষ্টা সলাগল’বলগীয়া বুলি উল্লেখ কৰিছে বিদ্যালয়ত উপস্হিত অভিভাৱক সকলে লগতে অভিভাৱক সকলৰ সহযোগিতা প্রশংসনীয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0