160
গুৱাহাটীঃ গুৱাহাটী মহানগৰৰ চিটি বাছ সেৱাৰ ক্ষেত্ৰত পৰিবহণ বিভাগে কেতবোৰ নতুন নিয়ম-নীতি ঘোষণা কৰিছে৷
সেই অনুসৰি বাছসমূহত কোনো হেণ্ডিমেন নাথাকিব আৰু এটা বাছ ষ্ট’পেজত সেইখন বাছ সৰ্বাধিক ২ মিনিটৰ বাবেহে ৰ’ব পাৰিব৷