Home বিনোদনৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠান

ৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠান

by News Desk
A+A-
Reset
58247d7e-2c5b-4148-9ce6-d9a6014abe9b

গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে সাংস্কৃতিক মহাসভা, অসমৰ চতুৰ্থ সংখ্যক ৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেষৰ মোচাহাৰী, সত্ৰ মহাসভাৰ সভাপতিৰ প্ৰতাপ চন্দ্ৰ বৰুৱা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা পংকজ নাথ প্ৰমুখ্যে কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

উক্ত অনুষ্ঠানত সাংস্কৃতিক মহাসভাৰ অসমে চতুৰ্থ সংখ্যক ৰাজ্যিক উপাধি আৰু বঁটা প্ৰাপ্ত ব্যক্তি সকল হৈছে গীতিকাৰ, সুৰকাৰ মহেন্দ্ৰ হাজৰিকাক ‘গীতৰত্ন’ উপাধিৰে সন্মানিত কৰিছে৷ একেদৰে নৱ প্ৰজন্মৰ অন্যতম জনপ্ৰিয় অভিনেতা তথা বেহৰবাৰী আউত পোষ্টৰ কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মাক প্ৰদান কৰা হৈছে ‘ৰসৰত্ন’ সন্মান। পুনৰ নৱ প্ৰজন্মৰ অন্যতম জনপ্রিয় গীতিকাৰ, সুৰকাৰ বিপিন চাওদাংক প্ৰদান কৰা হৈছে ‘সংগীত সৌৰভ’ উপাধি। ইয়াৰ উপৰিও নৱ প্ৰজন্মৰ দুই জনপ্রিয় কন্ঠশিল্পী নীল আকাশ আৰু জুবলী বৰুৱাক প্ৰদান কৰা হৈছে ক্ৰমে ‘সংগীত কোঁৱৰ’ আৰু ‘সংগীত কুঁৱৰী’ উপাধিৰে সন্মানিত কৰি বঁটা প্ৰদান কৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0