গুৱাহাটীঃ নাগৰিকত্ব সংশোধনীৰ বিধেয়কৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথত উলংগ হোৱা কৃষক মুক্তি সংগ্রাম সমিতি নেতা গ্ৰেপ্তাৰ। মহিলাৰ সন্মুখত ৰাজহুৱা স্থানত প্ৰসাৱ কৰি দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তি সংগ্রাম সমিতি সদস্য গৰাকীৰ হৈছে মটিন চৌধুৰী।
জানিব পৰা মতে সদস্য গৰাকীয়ে সোমবাৰে দিছপুৰত মহিলাৰ সন্মুখত ৰাজহুৱা স্থানত প্ৰসাৱ কৰি থকা দেখি একাংশ ব্যক্তি আৰু কৰ্তব্যৰত আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল। তেনেতে বাধা প্ৰদান কৰা যুৱক আৰু কৰ্তব্যৰত আৰক্ষীৰ সৈতে তৰ্কা-তর্কিত লিপ্ত হয়।