পূজাৰ প্ৰাকমূৰ্হুতত গুৱাহাটীৰ পানবজাৰত এক ভয়ংকৰ বিস্ফোৰণ

 | by NNO WEB BUREAU  |  0
Printer-friendly version

www.newsnextone.com| গুৱাহাটীঃ দূৰ্গাৰ পূজাৰ আগ মূৰ্হুতত সংঘটিত হয় এক প্ৰচণ্ড বিস্ফোৰক ঘটনা৷ গুৱাহাটী পানবজাৰৰ শুক্লেশ্বৰ ঘাটৰ সমীপত সংঘটিত হয় এই ঘটনা৷ চাৰিজন লোক আহত৷ আহত ব্যক্তিকেইগৰাকীক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়৷ আনহাতে এই বিস্ফোৰণ কেনেদৰে সংঘটিত হয়, তাৰ সঠিক তথ্য বৰ্তমানলৈকে জানিব পৰা হোৱা নায়৷