Home গুৱাহাটীপূজাৰ প্ৰাকমূৰ্হুতত গুৱাহাটীৰ পানবজাৰত এক ভয়ংকৰ বিস্ফোৰণ

পূজাৰ প্ৰাকমূৰ্হুতত গুৱাহাটীৰ পানবজাৰত এক ভয়ংকৰ বিস্ফোৰণ

by News Desk
A+A-
Reset
406c3e7c-d312-44ef-b024-d5ba614ef935

www.newsnextone.com| গুৱাহাটীঃ দূৰ্গাৰ পূজাৰ আগ মূৰ্হুতত সংঘটিত হয় এক প্ৰচণ্ড বিস্ফোৰক ঘটনা৷ গুৱাহাটী পানবজাৰৰ শুক্লেশ্বৰ ঘাটৰ সমীপত সংঘটিত হয় এই ঘটনা৷ চাৰিজন লোক আহত৷ আহত ব্যক্তিকেইগৰাকীক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়৷ আনহাতে এই বিস্ফোৰণ কেনেদৰে সংঘটিত হয়, তাৰ সঠিক তথ্য বৰ্তমানলৈকে জানিব পৰা হোৱা নায়৷

 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0