57
কোটবছঃ যোৱা জুলাই মাহত দীপা কৰ্মকাৰে তুৰস্কত অনুষ্টিত হোৱা আৰ্টিষ্টিক জিমনাষ্টিক বিশ্ব চেলেঞ্জত সোণৰ পদক লাভ কৰাৰ পাছত এইবাৰ জাৰ্মানীৰ কোটবছত হৈ থকা আৰ্টিষ্টিক জিমনাষ্টিক বিশ্ব কাপৰ তৃতীয় দিনা ৱাল্ট স্পৰ্ধাত ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হয়৷
দীপাৰ এই সাফল্যত সমগ্ৰ দেশৰ লগতে উৎফুল্লিত হৈছে উত্তৰ-পূববাসী৷