![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/206de395-a4ad-4b56-aead-f9cff493ea02.jpg?itok=nzv3LvlI)
ডিজিটেল ডেস্ক |বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনত থকা কাজাইকাটা ২০৩৯ নম্বৰ বালাৰ গুদাম এল.পি.বিদ্যালয়ৰ ওচৰত ১৩ তাৰিখ পৰা ১৭-১০-২০১৮ তাৰিখ বুধবাৰলৈকে পাঁচ দিনীয়া চৰঞ্চলত কলা-কৃষ্টি হা ডু ডু খেল প্ৰতিযোগিতা শুভ আৰম্ভ কৰে।
উক্ত খেলৰ ভৰ্তি মাচুল ৩৫১ টকা আৰু হায়াৰ মাচুল ৪৫১ টকা ধাৰ্য্য কৰে খেল পৰিচালনা কমিতিয়ে। খেল খনৰ প্ৰথম পুৰুষ্কাৰ ১৪ ইঞ্চি ৰঙিন টি, ভি আৰু দ্বিতীয় পুৰষ্কাৰ শ্বোকেচ বুলি জানিব পৰা গৈছে।