Home ৰাজ্যগোৰেশ্বৰত দল-সংগঠনৰ সৈতে হাগ্ৰামাৰ বৈঠক, অবড়োৰ ভোটৰ স্বাৰ্থত বৈঠকঃযোগেশ্বৰ

গোৰেশ্বৰত দল-সংগঠনৰ সৈতে হাগ্ৰামাৰ বৈঠক, অবড়োৰ ভোটৰ স্বাৰ্থত বৈঠকঃযোগেশ্বৰ

by News Desk
56 views
A+A-
Reset

গোৰেশ্বৰঃ বিটিএডিত জনজাতিৰ সুৰক্ষাৰ বাবে সাংবিধানিকভাৱে স্বীকৃত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন কৰিব নোৱাৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বিটিএডিৰ দল-সংগঠনে৷ তাৰ পাছতেই কিন্তু বিগত ১২ জানুৱাৰীত বিটিচি কেবিনেটত উত্থাপন কৰা ভূমি নীতি বিটিচি প্ৰশাসনৰ ভুল আছিল বুলি খোদ হাগ্ৰামা মহিলাৰীয়ে স্বীকাৰ কৰিব লগা হৈছিল৷ 

বিটিচিৰ শাসকীয় দল বিপিএফে ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰিব বুলিও বিটিচি কৰ্তৃপক্ষৰ সিদ্ধান্ত বিৰুদ্ধে সৃষ্টি হোৱা চাঞ্চল্যৰ শাম কাটিবলৈ বিটিএডিত সক্ৰিয় হৈ থকা দল-সংগঠনৰ সৈতে খোদ হাগ্ৰামা মহিলাৰীয়ে বৈঠক অনুষ্ঠিত কৰি আহিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0