Home ৰাজ্যনাম প্ৰকাশ নাপালে-ভুল হ’লে আতংকিত হোৱাৰ প্ৰয়োজন নাই, NRCক লৈ ভয় শংকা অমূলকঃহাগ্ৰামা

নাম প্ৰকাশ নাপালে-ভুল হ’লে আতংকিত হোৱাৰ প্ৰয়োজন নাই, NRCক লৈ ভয় শংকা অমূলকঃহাগ্ৰামা

by News Desk
65 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাক লৈ ভয় শংকা অমূলক। কিবা কাৰণত চূড়ান্ত খচৰাত নাম প্ৰকাশ নাপালে বা ভুল হলে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। পৰবৰ্তী পৰ্যায়ত নিজ নিজ এনআৰচি কেন্দ্ৰত যোগাযোগ কৰি কামখিনি কৰি লব পাৰিব। এইক্ষেত্ৰত বিপিএফ দলেও সহায় কৰিব। এই মন্তব্য প্ৰকাশ কৰিছে বিপিএফৰ মুৰব্বী তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। 

কোকৰাঝাৰ চহৰৰ নিকটৰ কাৰীগাঁৱৰ মাইগংপুৰীত ৯ কোটি ৩৯ লাখ ব্যায়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৩০খন বিছনাযুক্ত মডেল হস্পিতালৰ আধাৰশিলা স্থাপন কৰি দেওবাৰে হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰিছে। এনআৰচিক লৈ ভয় শংকাৰ কোনো কাৰণেই নাই বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে কিবা ওজৰ আপত্তি বা সংশোধনৰ বাবেও ইতিমধ্যে এনআৰচি কৰ্তৃপক্ষই সময়সীমা বান্ধি দিছে আৰু সেয়েহে ৰাইজক শংকামুক্ত হৈ থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0