ডিজিটেল ডেস্কঃ টপচেম এএছজেএ-ৰ উদ্যোগত হৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণী ৰূপালী জয়ন্তী বৰ্ষৰ ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলত প্ৰাগ নিউজে ছয়গাঁও প্ৰেছ ক্লাবক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে ৷
আনহাতে আন্তঃ সংবাদ মাধ্যম দবা প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ দৈনন্দিন বাৰ্তাৰ সৰোজ মেধিয়ে দখল কৰাৰ বিপৰীতে ৰাৰ্ণাচআপৰ খিতাপ অৰ্জন কৰে প্ৰাগ নিউজৰ দিগন্ত চহৰীয়াই ৷ মণিপুৰৰ বিমল চান্দ সিঙে তৃতীয় স্থান অধিকাৰ কৰে৷