66
গোৰেশ্বৰঃ লখিমপুৰ-ধেমাজিৰ লগতে ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলৰ দুৰ্গত সকলক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল চিপিআইএমৰ গোৰেশ্বৰ আৰু পূৱ গোৰেশ্বৰ আঞ্চলিক সমিতি।
বাক্সা জিলাৰ গোৰেশ্বৰ চহৰত আজি দলটোৱে বান সাহায্য প্ৰদানৰ উদ্দেশ্য ধন সংগ্ৰহ কৰে। চহৰখনৰ ব্যৱসায়ীৰ লগতে পথচাৰী আৰু ৰাইজৰ পৰা ধন সংগ্ৰহ কৰে।