45
গুৱাহাটীঃ মহানগৰীৰ হায়াত হাস্পতালৰ উদ্যোগত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মিডিয়া অ’ পি ডি ক্লিনিকৰ আয়োজন কৰা হয়৷
শিবিৰত উপস্থিত থাকি ডা০ নাছিমুৰ ৰিয়াজ আৰু ড০ ভাস্কৰ নেওগে অংশগ্ৰহণকাৰীসকলক স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়৷