88
গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতোকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত সোমবাৰৰেপৰা আৰম্ভ হৈছে বিশ্ববিদ্যালয় সাহিত্য উৎসৱ। বিশ্ব বিদ্যালয়ৰ শ্বহীদ বেদী বাকৰিত ২৭ ফেব্ৰুৱাৰীলৈ চলিব সাহিত্য উৎসৱ।
