79
গুৱাহাটীঃ অসম পৰ্যটনৰ বাবে এক সুখবৰ।
সোমবাৰৰেপৰা আৰম্ভ হ’ল শুক্লেশ্বৰ ঘাটৰপৰা উমানন্দলৈ এক নতুন জাহাজ সেৱা। সুদীৰ্ঘ ৯ বছৰৰ পাছত আভ্যন্তৰীণ জল পৰিবহন বিভাগে নতুনকৈ আৰম্ভ কৰিলে ‘এম ভি জলপৰী’ নামৰ জাহাজখন।