49
newsnextone|| মৰিয়নীঃ অসমৰ আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰ হেঙুল থিয়েটাৰৰ ২০১৮ আৰু ২০১৯ বৰ্ষৰ শুভ আৰম্ভণি কৰা হয় বৃহস্পতিবাৰে বিয়লি ভাগত মৰিয়নী বাপুজী ষ্টেডিয়ামত ।
শুভাৰম্ভণিৰ এই অনুষ্ঠান খনত উপস্থিত আছিল অসমৰ জনপ্ৰিয় সংগীত শিল্পী তৰালী শৰ্মাৰ লগতে বহুকেইগৰাকী ভ্ৰাম্যমান জগতৰ তাৰকা।ইয়াৰ লগতে অনুষ্ঠানক উপস্থিত আছিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু তিতাবৰৰ SDPO মৰিয়নী ৰাজহচক্ৰ বিষয়া মিৰজানা হুছেইন।