Home গুৱাহাটীনিজামুদ্দিনৰ পৰা আহি আত্মগোপন কৰাসকলক ওলাই আহিবলৈ আহ্বান জমিয়তৰ

নিজামুদ্দিনৰ পৰা আহি আত্মগোপন কৰাসকলক ওলাই আহিবলৈ আহ্বান জমিয়তৰ

by News Desk
A+A-
Reset
moulana

গুৱাহাটীঃ ভাৰতত কৰ’নাৰ হটস্পট হৈ পৰা দিল্লীৰ নিজামুদ্দিনৰ তবলীগ জামাতৰ স্পষ্ট প্ৰভাৱ দেখা গৈছে অসমতো। অসমত এতিয়ালৈ কৰ’না পজিটিভ ধৰা পৰা মুঠ ২৬ জন লোকৰ ২৫ জনেই নিজামুদ্দিনৰ তবলীগ জামাতৰ সৈতে সম্পৰ্ক থকা। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে জনোৱা মতে তবলীগৰ পৰ অহা একাংশ লোকে প্ৰশাসনক সহযোগ আগবঢ়াইছে যদিও অধিকাংশ লোকে এতিয়াও সহযোগিতা আগবঢ়োৱা নাই।

এনে পৰিপ্ৰেক্ষিতত আজি স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ তবলীগ জামাতৰ মুখ্য কাৰ্যালয় লাখটকীয়া মছজিদৰ নেতৃবৰ্গৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনাকালত মন্ত্ৰীগৰাকীয়ে নিজামুদ্দিনৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইন কৰাৰ ক্ষেত্ৰত লাখটকীয়া মছজিদৰ নেতৃবৰ্গক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0