গুৱাহাটীঃ সৰ্বানন্দ সোণোৱাল চৰকাৰে অসম বিধান সভাত সোমবাৰে তৃতীয় খন বাজেট উত্থাপন কৰিব৷ সোণোৱাল চৰকাৰৰ এই খন বাজেট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব৷ কিয়নো ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এই বাজেটে যথেষ্ট প্ৰভাৱ পেলাব৷
I am getting ready to present my 3rd Budget in Assam Legislative Assembly. This Budget will be a little lengthy. However, in every paragraph and sentence I shall make an endeavour to spell out programs for a prosperous and developed Assam. #AssamBudget2018 @AssamFinDept pic.twitter.com/1MRIaLfRQp