গুৱাহাটীঃ লখিমপুৰত অনুষ্ঠিত যুৱ সমাৱেশত ভাগ লৈ গুৱাহাটীত উপস্থিত হয়হি বি জে পিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। তেওঁ বিমান বন্দৰৰপৰা পোনে পোনে ৰাওনা হয় বেলতলালৈ। 

তাত তেওঁ বি জে পিৰ ৰাজ্যিক কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।