গুৱাহাটীঃ ৰে’ল আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনৰ দুই নং প্লেটফৰ্মত আমজাদ আলী নামৰ এজন লোকৰ জিম্মাৰপৰা ছখন বিস্কুট জব্দ কৰে।

শনিবাৰে সোণখিনি জব্দ কৰাৰ পাছত আবকাৰী বিভাগক এই সন্দৰ্ভত যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। ধৃত লোকজনৰ ঘৰ পশ্চিমবংগৰ হুগলি জিলাৰ ভট্টপুৰত বুলি জনাইছে ৰে’ল আৰক্ষীয়ে।