47
গুৱাহাটীঃ মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস তথা বঁটা প্ৰদান অনুষ্ঠান৷
স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে অসম চৰকাৰে ২০১৯ বৰ্ষৰপৰা প্ৰযোজ্য হোৱাকৈ প্ৰৱৰ্তন কৰিছে ‘স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা’৷