62
newsnextone.com | গুৱাহাটীঃ অসমৰ আধুনিক প্ৰসিদ্ধ কবি সকলৰ মাজৰ এজন। কিন্তু তেওঁ ব্যতিক্ৰম আছিল। তেওঁৰ কলমেৰে নিগৰিছিল প্ৰেম আৰু ভালপোৱাৰ কথা। অসমৰ সৰ্বকালৰ খ্যাতিসম্পন্ন কবিগৰাকীয়ে আমাক এৰি থৈ যোৱাৰ ষষ্ঠ বছৰত ভৰি দিলে।
অসমীয়া কবিতাৰ ভঁৰাল চহকী কৰি ২০১২ চনৰ ৪ জুলাইত আমাৰ মাজৰ পৰা বিদায় লৈছিল সুগন্ধি পখিলাৰ কবিয়ে। অনেক কবিতা, অনেক গ্ৰন্থ, অনেক লিখনিৰে সমৃদ্ধ কৰি অসমীয়া জাতিক অপূৰ্ব সৃষ্টি দি থৈ গৈছে কবিতা প্ৰেমীৰ আদৰৰ কবিয়ে।