71
হোজাইঃ হোজাইৰ মোৰাঝাৰৰ অকচেক মিকিৰ গাঁৱত বস্তাৰ ভিতৰত এটা মৃতদেহ উদ্ধাৰক লৈ আৰাম্ভ হৈছে তীব্ৰ চাঞ্চল্যৰ৷
বুধবাৰে সন্ধিয়া স্থানীয় মিকিৰ গাঁৱৰ এটা কালভাৰ্টৰ তলত বস্তাৰ ভিতৰ মৃতদেহটো পেলাই থোৱা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীত খবৰ দিয়ে৷