Home ৰাজ্যবৰঙণিৰ লোভত অভয়াপুৰীত ইমামৰ লটিঘটি

বৰঙণিৰ লোভত অভয়াপুৰীত ইমামৰ লটিঘটি

by News Desk
54 views
A+A-
Reset

অভয়াপুৰীঃ ৰমজানৰ মাহতে হানীট্ৰেপিঙৰ কবলত পৰিল এজন ইমাম। এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীত। প্ৰাপ্ত বাতৰি মতে গোৱালপাৰা জিলাৰ বগুৱানৰ এটা মছজিদৰ ইমাম ছলেমান হুছেইনে বৃহস্পতিবাৰে নিশা যোগীঘোপাৰ কাবাইটাৰী অঞ্চলত মছজিদৰ বৰঙণি সংগ্ৰহত ব্যস্ত থকাৰ সময়তে যুৱকৰ দল এটাৰ সৈতে সাক্ষাৎ হয়।

যুৱককেইজনে ইমামজনক অভয়াপুৰী চহৰৰ এঘৰলৈ আহিলৈ অধিক ধন বৰঙণি হিচাপে আগবঢ়াব বুলি জনায়। যুৱকৰ দলটোৰ এনে কথাত ভোল গৈ ইমামজনে অভয়াপুৰীলৈ আহিবলৈ একেষাৰে মান্তি হয়। লগে লগে যুৱককেইজনে ইমামজনক অভয়াপুৰীলৈ লৈ আহে। অভয়াপুৰী পোৱাৰ পিছত মহাত্মা গান্ধী পথৰ এঘৰলৈ লৈ যায় প্ৰথমে বহিবলৈ দিয়া হয়। কিছু সময় শান্তিৰে বহাৰ পিছতে আৰম্ভ হয় আচল খেল। ঘৰটোৰ গৰাকীৰ নাম মনোজ চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0