99
গুৱাহাটীঃ সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷
দীঘলীপুখুৰী পাৰত সংগঠনটোৰ কেইবাশতাধিক নেতা-কৰ্মীয়ে বিজ্ঞানসন্মত পদ্ধতিৰে উক্ত সমস্যাৰ স্থায়ী সমাধান দাবী কৰে৷