Home দেশবিলকিছ বানু গোচৰত কিদৰে ৰেহাই পালে ১১ অপৰাধীয়ে? এতিয়া কি হ’ব বিলকিছৰ?

বিলকিছ বানু গোচৰত কিদৰে ৰেহাই পালে ১১ অপৰাধীয়ে? এতিয়া কি হ’ব বিলকিছৰ?

by News Desk
A+A-
Reset
org_74471202208171140

বিশেষ প্ৰতিবেদনঃ সমগ্ৰ দেশে যিদিনা স্বাধীনতাৰ ৭৬ সংখ্যক বৰ্ষপূৰ্তি পালনত ব্যস্ত হৈ আছিল ঠিক সেইদিনাই  শাস্তি ৰেহাই দি জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল গুজৰাটত দলৱদ্ধ ধৰ্ষণ আৰু ৭ জনকৈ লোকক হত্যা কৰাৰ অপৰাধাত আজীৱন কাৰাদণ্ডৰে দণ্ডিত ১১ অপৰাধীক। এই ১১ জনকৈ লোকে ২০০২ চনত গুজৰাটৰ সাম্প্ৰদায়িক হিংসাৰ সময়ত বিলকিছ বানুক দলৱদ্ধ ধৰ্ষণ কৰাৰ লগতে তেওঁৰ পৰিয়ালৰ ৭ জনকৈ সদস্যক হত্যা কৰাৰ অপৰাধত আজীৱন কাৰাদণ্ডৰ শাস্তি ভোগ কৰি গোধৰা জেলত বন্দী হৈ আছিল।

গুজৰাট চৰকাৰে ধৰ্ষণৰ গোচৰত অভিযুক্ত ১১ অপৰাধীৰ শাস্তি ঠিক এনে সময়ত ৰেহাই দিছে যি সময়ত কেন্দ্ৰ চৰকাৰে বিভিন্ন কাৰাগাৰত বন্দী হৈ থকাসকলৰ শাস্তি ৰেহাই সন্দৰ্ভত প্ৰতিখন ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি কোনো কাৰণতে আজীৱন কাৰাদণ্ডৰে দণ্ডিত আৰু ধৰ্ষণৰ গোচৰত শাস্তি ভোগ কৰি থকা অপৰাধীসকলক শাস্তি ৰেহাই দিয়া উচিত নহয় বুলি স্পষ্ট কৰি দিছিল। যোৱা ১০ জুনত প্ৰতিখন ৰাজ্য চৰকাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছিল কেন্দ্ৰই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0