65
ডিজিটেল ডেস্কঃ চহৰ, নগৰ, গাঁও সকলোতে জনপ্ৰিয় হৈ উঠা ছচিয়েল মিডিয়া ফেচবুকৰ ২০১৭ বৰ্ষৰ প্ৰথম ৪ মাহতে অভাৱনীয় মুনাফা আদায় কৰিবলৈ সক্ষম হৈছে। প্ৰথম কোৱাৰ্টাৰতে ৫১ হাজাৰ কোটি টকাৰ ৰাজহ লাভ কৰা ফেচবুকৰ মুনাফা হৈছে ১৯ হাজাৰ ২০০ কোটি টকা।
বিগত বৰ্ষৰ প্ৰথম কোৱাৰ্টাৰৰ মুনাফাতকৈ এই পৰিমাণ ৪৯ শতাংশ বেছি। ইয়াৰে ৮৫ শতাংশ ৰাজহ আহিছে ম’বাইল বিজ্ঞাপনৰ যোগেদি।