56
ডিজেটেল ডেস্কঃ উৰাবাতৰিৰো সীমা থাকে। এক উৰাবাতৰিৰ বাবেই গ্ৰেট বৃটেইনস্থিত ৬০ বছৰীয়া পুৰণি এখন ভাৰতীয় ৰোষ্টোৰেণ্ট বন্ধ হোৱাৰ উপক্ৰম হৈছে।
এক ভুৱা ৱেবছাইটত এছিয়ান ৰেষ্টোৰেণ্ট কাৰীটুইষ্টে নৰমাংস বিক্ৰী কৰাৰ ভুৱা প্ৰতিবেদন দাখিল কৰাৰ পিছতে সেই বাতৰি সমগ্ৰ গ্ৰেট ব্ৰিটেইনতে ৰাষ্ট্ৰ হৈ পৰে।