Home ৰাজ্যহল্টুগাঁৱৰ ১৩২৯০টা পৰিয়ালৰ নাই নিজ ভূমি, জনজাতিক ভূমি পট্টা দিয়াৰ দাবীত প্ৰতিবাদ

হল্টুগাঁৱৰ ১৩২৯০টা পৰিয়ালৰ নাই নিজ ভূমি, জনজাতিক ভূমি পট্টা দিয়াৰ দাবীত প্ৰতিবাদ

by News Desk
66 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ বৃহস্পতিবাৰে ইউনাইটেট পিপুলচ পাৰ্টি লিবাৰেল চমুকৈ ইউ পি পিএলৰ উদ্যোগত বিটিএডিৰ চাৰি খন জিলাত ভূমিৰ পট্টা দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ অধিকাৰ আইন ২০০৬ৰ অধীনত জনজাতি আৰু পৰম্পাৰাগত বাসিন্দাসকলক ভূমিৰ পট্টা দিয়াৰ দাবী উত্থাপন কৰি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে৷

দলটোৰ কোকৰাঝাৰ জিলা সমিতিয়ে কোকৰাঝাৰৰ জিলা উপাযুক্ত কাৰ্যালয়ৰ সন্মুখত তথা কোকৰাঝাৰ শিশু উদ্যানত পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে ২০০৬ চনৰ পূৰ্বৰ পৰাই বনাঞ্চলত বসহাস কৰা জনজাতি আৰু পৰম্পৰাগত ভাৱে জীৱন যাপন কৰি থকা বনাঞ্চলৰ বাসিন্দাসকলক বন অধিকাৰ আইন ২০০৬ আইনৰ জৰিয়তে শীঘ্ৰে মাটিৰ পট্টা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0