78
ডিজিটেল ডেস্কঃ অলিম্পকত ক্ৰিকেট অন্তৰ্ভূক্ত হোৱা হ’লে নিশ্চিতভাৱেই দুটা পদক সৰহকৈ পোৱাৰ সম্ভাৱনা বৃদ্ধি হ’লহেতেন। কিন্তু শেষ মুহূৰ্তত সেয়া হৈ নুঠিল। আচৰিত ধৰণে ভাৰতৰ আপত্তিৰ বাবেই অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভূক্তিৰ প্ৰস্তাৱ খাৰিজ হ’বলৈ বাধ্য হ’ল। কিন্তু কিয় আপত্তি ভাৰতৰ?
জানিব পৰা মতে, ব্যক্তিগত স্বাৰ্থত আঘাত হনাৰ আশংকাৰ বাবেই অলিম্পিকত ক্ৰিকেটক অন্তৰ্ভূক্ত কৰাত বাধা আৰোপ কৰে ভাৰতৰ ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা বিচিচিআই-এ।