59
যোৰহাটঃ আই চি আই চি আই বেংকৰ যোৰহাট শাখাত ১৮ লাখ টকা লুটি নিয়াৰ এটা ৰহস্যজনক ঘটনা পোহৰলৈ আহিছে৷
আজি পুৱা প্ৰায় ১১ মান বজাত ৰেডিয়েণট কেচ মেনেজমেণ্ট নামৰ প্ৰতিষ্ঠানটোৰ আব্দুল চাট্টাৰ নামৰ কৰ্মচাৰীজনে আনদিনাৰ দৰে আজিও ভাৰতীয় জীৱন বীমাৰ ১৮ লাখ টকা জমা দিবলৈ আহে ৷