58
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে ক্ৰমাত জনপ্ৰিয় হৈ পৰিছে ছ’চিয়েল মিডিয়া৷ যদিও পাশ্চাত্যৰ দেশসমূহতকৈ বহু পিছত দেশত আৰম্ভ হৈছিল ফেচবুক। কিন্তু শেহতীয়াকৈ ইউজাৰ্চৰ ক্ষেত্ৰত সকলো দেশকে চেৰ পেলালে ভাৰতে৷
১৩ জুনত ফেচবুকে প্ৰকাশ কৰিছে এই তথ্য৷ সমগ্ৰ ভাৰতত ২৪১ মিলিয়ন লোকে ব্যৱহাৰ কৰে ফেচবুক৷ এই ক্ষেত্ৰত আমেৰিকাত ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে ২৪০ মিলিয়ন৷