Home প্ৰযুক্তিহোৱাটছ এপৰ নতুন ফিচাৰ, এডমিনৰ অনুমতি অবিহনে সকলো সদস্যই গ্ৰুপত দিব নোৱাৰিব মেছেজ

হোৱাটছ এপৰ নতুন ফিচাৰ, এডমিনৰ অনুমতি অবিহনে সকলো সদস্যই গ্ৰুপত দিব নোৱাৰিব মেছেজ

by News Desk
A+A-
Reset
whatsapp-new-features

newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ নতুন ৰূপত হোৱাটছ এপ৷ জনপ্ৰিয় মেছেজিং এপ হোৱাটছ এপে শেহতীয়াকৈ সংযোজন কৰিব নতুন ফিচাৰ৷ এপটোৰ ফিচাৰৰ জৰিয়তে হোৱাটছ এপ গ্ৰুপৰ এডমিনে নিয়ন্ত্ৰণ কৰিব পাৰিব কোনে মেছেজ দিব পাৰিব নতুবা কোনে দিব নোৱাৰিব৷ হোৱাটছ এপ নতুন সংস্কৰণত এই পদ্ধতি সংযোজন কৰাৰ কথা উল্লেখ কৰিছে হোৱাটছ এপে৷ শেহতীয়াকৈ ঘোষণা কৰা মতে গ্ৰুপ ব্যৱস্থাত কেৱল এডমিনেহে মেচেজ পঠাব পৰা ব্যৱস্থা থাকিব৷

যদি এডমিনে চেটিংছত ‘অনলি এডমিন’ নিৰ্বাচন কৰি থয় তেন্তে কেৱল এডমিনেহে মেছেজ দিব পাৰিব৷ মেছেজ দিয়াৰ অধিকাৰ কেৱল এডমিনৰ থাকিব৷ ইণ্ডিয়ান এক্সেপ্ৰেছত হোৱাটছৰ এপৰ প্ৰৱক্তাৰ এটি সাক্ষাৎকাৰত গ্ৰুপত অবাঞ্চিত খবৰ প্ৰচাৰ এই পদ্ধতিৰ জৰিয়তে বন্ধ হৈ পৰিব বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0