Home দেশব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মচকভা নদীৰ নামেৰে নিৰ্মাণ ব্ৰহ্মচ ক্ষেপণাস্ত্ৰ, শব্দতকৈও তিনিগুন বেগ যাৰ

ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মচকভা নদীৰ নামেৰে নিৰ্মাণ ব্ৰহ্মচ ক্ষেপণাস্ত্ৰ, শব্দতকৈও তিনিগুন বেগ যাৰ

by News Desk
77 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা ব্ৰহ্মচ নামৰ শব্দতকৈও বেগী ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষামূলক উৎক্ষেপণ কৰে ভাৰতে৷ উৰিষ্যাৰ উপকূলৰ পৰা সফল উৎক্ষেপন কৰি ভাৰতৰ সামৰিক বাহিনীক অধিক শক্তিশালী কৰাত ব্ৰহ্মচে সহায় কৰিব বুলি ভাৰতীয় সেনাৰ ডিআৰডিঅ’ৰ তৰফৰ পৰা এক বিবৃতিযোগে জনোৱা হয়৷

ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা ব্ৰহ্মচ পৃথিৱীৰ আটাইতকৈ দ্ৰুতগামী ক্ষেপণাস্তৰ হিচাপে পৰিচিতি লাভ কৰিছে৷ শব্দৰ বেগতকৈ প্ৰায় ৩ গুণ অধিক দ্ৰুতগামী ব্ৰহ্মচ নামৰ ক্ষেপণাস্ত্ৰবিধৰ নাম ভাৰতৰ বিশাল নদী ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মচকভা নদীৰ নামেৰে কৰা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0