66
newsnextone.com | ডিজিটেল ডেস্কঃ বিশ্ব ক্ৰিকেটত আন এক ইতিহাস গঢ়িবলৈ সক্ষম হ’ল ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে৷ টি-২০ আন্তৰ্জাতিক খেলত দ্ৰুততম ক্ৰিকেটাৰ হিচাপে ২০০০ ৰাণ সম্পূৰ্ণ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় বিৰাট কোহলীয়ে৷
আন্তৰ্জাতিক টি-২০ত ২০০০ ৰাণ সম্পূৰ্ণ কৰা কোহলী প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয়৷ শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ চিৰিজৰ প্ৰথমখন মেচতেই তেওঁ এই কৃতিত্ব অৰ্জন কৰে৷