100
নতুন দিল্লীঃ আই চি চি ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত মঙলবাৰে মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড। মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন।
ভাৰত আৰু নিউজীলেণ্ড প্ৰথমবাৰৰ বাবে চলিত বিশ্বকাপত মুখামুখি হ’ব, কিয়নো বৰষুণৰ বাবে বিঘ্নিত হৈছিল গ্ৰুপ পৰ্যায়ৰ মেচখন। ইয়াৰ বাবে দুয়োটা দলে লাভ কৰে ১–১ পইণ্ট।