টলীউডৰ পৰা আমেৰিকাৰ দেহ ব্যৱসায়লৈ.. অভিনেত্ৰীক যৌন বৃত্তিত জড়িত কৰাই...

Home বিশ্বটলীউডৰ পৰা আমেৰিকাৰ দেহ ব্যৱসায়লৈ.. অভিনেত্ৰীক যৌন বৃত্তিত জড়িত কৰাই আটক প্ৰযোজক, পত্নী

টলীউডৰ পৰা আমেৰিকাৰ দেহ ব্যৱসায়লৈ.. অভিনেত্ৰীক যৌন বৃত্তিত জড়িত কৰাই আটক প্ৰযোজক, পত্নী

by News Desk
83 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ শ্ৰী ৰেড্ডীৰ কাষ্টিং কাউচ অধ্যায়ৰ পিছতে এইবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে টলীউড ফিল্ম ইণ্ডাষ্ট্ৰী৷ টলীউডত অভিনয়েৰে সপোন পূৰাবলৈ অহা কেইবাগৰাকীও প্ৰতিভাৱান অভিনেত্ৰী নিখোজ হোৱাৰ বাতৰিৰ পাছত টলীউড ফিল্ম ইণ্ডাষ্ট্ৰী এক ৰহস্যৰ মাজত সোমাই পৰিছিল৷ ক’ত হেৰাই যায় সুন্দৰী প্ৰতিভাৱান অভিনেত্ৰীসকল বুলি সংবাদ মাধ্যমত চৰ্চা আৰম্ভ হৈছিল৷

তামিল ছবিৰ অভিনেত্ৰীৰ ৰহস্যজনক সন্ধানহীনতাৰ পিছতে মাৰ্কিন আৰক্ষীয়ে আমেৰিকাৰ পৰা এহাল ভাৰতীয় দম্পত্তিক আটক কৰিবলৈ সক্ষম হয়৷ কেইবাখনো তেলেগু ছবিৰ প্ৰযোজনা কৰা কিষান মোডগুমুডি ওৰফে শ্ৰীৰাজ চোন্নুপাত্তি আৰু তেওঁৰ পত্নী চন্দ্ৰাক তামিল ছবিৰ অভিনেত্ৰীক আমেৰিকালৈ নি দেহ ব্যৱসায়ৰ লগত জড়িত কৰোৱাৰ অভিযোগত মাৰ্কিন আৰক্ষীয়ে আটক কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0