Home দেশCorona ভাইৰাছৰ চিকাৰ আৰু এজন ভাৰতীয়, নিহতৰ সংখ্য ৪জনলৈ বৃদ্ধি

Corona ভাইৰাছৰ চিকাৰ আৰু এজন ভাৰতীয়, নিহতৰ সংখ্য ৪জনলৈ বৃদ্ধি

by News Desk
A+A-
Reset
corona-pujab

চণ্ডীগড়ঃ ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যমুখত পৰা লোকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পালে ভাৰতত৷ চতুৰ্থজন লোকৰ মৃত্যুৰ এই ঘটনা পোহৰলৈ আহিছে পঞ্জাৱত৷ বৃহস্পতিবাৰে পঞ্জাৱৰ হশ্বিৰাপুৰৰ বংগাৰ এখন চিকিৎসালয়ত মৃত্যু হয় লোকজনৰ৷

চৰকাৰী সূত্ৰই সদৰী কৰা মতে, এপষেক আগতে জাৰ্মানীৰ পৰা ইটালী হৈ ভাৰতলৈ উভতিছিল ৭০ বৰ্ষীয় লোকজন৷ দেশলৈ উভতাৰ পিছতে বুকুৰ বিষত ভোগা লোকজনক লগে লগে বংগাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত পজিটিভ ধৰা পৰাত লোকজনক আইছ’লেশ্যনত ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰে চিকিৎসালয় কৰ্তৃপক্ষই৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0