50
ডিজিটেল ডেস্কঃ মাত্ৰ ১০০০ টকা ব্যয়সাপেক্ষে এতিয়া বিমানত ভ্ৰমণ কৰিব পাৰিব ইচ্ছুক যাত্ৰীয়ে। দেশৰ আন প্ৰান্তৰ লগতে অসমৰ যাত্ৰীয়েও তেনেই কম ধন ভৰিয়েই যাত্ৰা কৰিব পাৰিব আকাশীযানত। এই সুযোগ আগবঢ়াইছে ইণ্ডিগ’ৱে।
ইতিমধ্য সম্পূৰ্ণ হৈছে প্ৰতিষ্ঠানটোৰ স্থাপনৰ ১১ বছৰ। প্ৰতিষ্ঠাৰ একাদশ বাৰ্ষিকী উপলক্ষে ইণ্ডিগ’ৱে ঘোষণা কৰিছে ৰেহাই আঁচনি। দেওবাৰে অৰ্থাৎ ৬ আগষ্টত শেষ হ’ব এই বিশেষ সুবিধা।