Home ভাইৰেলইনফ্লুৱেঞ্চাৰৰ মৃত্যুৱে উদঙাইছে ছ’চিয়েল মিডিয়াৰ ভয়াৱহ দিশ

ইনফ্লুৱেঞ্চাৰৰ মৃত্যুৱে উদঙাইছে ছ’চিয়েল মিডিয়াৰ ভয়াৱহ দিশ

by News Desk
A+A-
Reset
Misha agarwal

নতুন দিল্লীঃ ইনফ্লুৱেঞ্চাৰ মিশা আগৰৱালৰ মৃত্যুৱে উদঙাইছে ছ’চিয়েল মিডিয়া আসক্তিৰ ভয়ংকৰ সত্য। ফে’চবুক-ইনষ্টাগ্ৰামত খুহুতীয়া ভিডিঅ’ৰ জৰিয়তে যথেষ্ট কম সময়তে জনপ্ৰিয় হৈ পৰা মিশা আগৰৱালে আত্মহত্যা কৰাৰ কথা নিশ্চিত কৰিছে  তেওঁৰ পৰিয়ালে।

নিজৰ ২৫ বছৰীয়া জন্মদিনৰ দুদিন পূৰ্বে ২৪ এপ্ৰিলত মিশাই নিজৰেই প্ৰাণনাশ কৰে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত মিশাৰ মৃত্যৰ খবৰ বিয়পি পৰিছিল যদিও উদীয়মান কণ্টেণ্ট ক্ৰিয়েটৰগৰাকীয়ে কি কাৰণত আত্মহনন কৰিলে সেই বিষয়ে জানিব পৰা হোৱা নাছিল আৰু পৰিয়ালেও তেওঁৰ মৃত্যুৰ খবৰ আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0