Home বিশ্বইৰাণৰ শক্তি প্ৰদৰ্শন, হোৱাইট হাউছৰ সকীয়নি

ইৰাণৰ শক্তি প্ৰদৰ্শন, হোৱাইট হাউছৰ সকীয়নি

by webmaster
A+A-
Reset
iran-MMAP-md

নিউয়ৰ্কঃ নৱ-নিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ‘মুছলমান বিৰোধী’ কাৰ্য্যবাহী নিৰ্দেশ এখনত স্বাক্ষৰ কৰাৰ এসপ্তাহ নৌহওতেই ইৰাণে শক্তিপ্ৰদৰ্শন কৰাৰ ঘটনা পোহৰলৈ আহিছে। ট্ৰাম্পৰ নিৰ্দেশকলৈ সমগ্ৰ বিশ্বতে বিক্ষোভৰ মাজতে ইয়াৰ পৰিণাম ভয়াবহ হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰা হৈছিল। আনকি ইয়াৰ ফলত তৃতীয় বিশ্বযুদ্ধৰো আশংকা প্ৰকাশ কৰাৰ সময়তে ইৰাণৰ প্ৰতিৰক্ষা বিভাগে বেলিষ্টিক মিছাইল প্ৰক্ষেপণৰ পৰীক্ষা কৰাৰ খবৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে হোৱাইট হাউছে। 

যুক্তৰাষ্ট্ৰৰ মিত্ৰৰাষ্টসমূহক ভাবুকি দিয়া, মিছাইল পৰীক্ষা কৰা আৰু য়েমেনৰ হাউথি বিদ্ৰোহীসকলক সহযোগ কৰা বন্ধ নকৰালৈকে ইৰাণৰ প্ৰতি হোৱাইট হাউছ সদয় নহয় বুলি ৰাষ্টপতি ট্ৰাম্পৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শকাৰী মাইকেল ফ্লাইনে হোৱাইট হাউছত সদৰী কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

Latest Articles

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0