Home দেশজলপথেৰে মুম্বাইত প্ৰৱেশৰ চেষ্টা আইছিছৰ, সতৰ্ক আৰক্ষী

জলপথেৰে মুম্বাইত প্ৰৱেশৰ চেষ্টা আইছিছৰ, সতৰ্ক আৰক্ষী

by News Desk
58 views
A+A-
Reset

মুম্বাইঃ মুম্বাইৰ ওপৰত চকু আইছিছৰ৷ ভাৰতত অহৰহ ঘাটী স্থাপনৰ বাবে চেষ্টা চলাই অহা বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে এইবাৰ জলপথেৰে প্ৰৱেশৰ বাবে যো-জা চলাইছে। মুম্বাই চহৰৰ উপকূলীয়া অঞ্চলেৰে জনবহুল চহৰখনত শেহতীয়াকৈ সোমোৱাৰ চেষ্টা কৰা সন্ত্ৰাসবাদী সংগঠনটোৰ সকলো চেষ্টা ব্যৰ্থ কৰিছে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে৷

ভাৰতীয় উপকুল নিৰাপত্তাৰক্ষীয়ে প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য৷ সোমবাৰে ফেক্সৰ জৰিয়তে মুম্বাই আৰক্ষীক এই তথ্য জনাইছিল উপকুল নিৰাপত্তাৰক্ষী বাহিনীয়ে৷ সন্ত্ৰাসবাদী সংগঠনটোৰ ৪ জন সদস্যই এই চেষ্টা কৰিছিল৷  ইয়াৰ পিছতে সমগ্ৰ মুম্বাই চহৰতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ বিষয়টোৰ ওপৰত নিৰাপত্তা বাহিনীয়ে তদন্ত আৰম্ভ কৰিছে৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0