47
মোৰাঝাৰঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আজমলে নতুন ৰাজনীতি আৰম্ভ কৰিছে। জৰা-ফুকা নহয়, এইবাৰ জাকাতৰ ৰাজনীতি আৰম্ভ কৰিছে মৌলানা বদৰুদ্দিন আজমলে।
বছৰি জাকাত দিয়াৰ বাবে দলীয় কাৰ্যালয়ত সভা অনুষ্ঠিত কৰা হৈছে। ডবকাৰ এ আই ইউ ডি এফৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে এই সভা।