107
newsnextone.com । গুৱাহাটীঃ অসম ৰাজ্যিক চিৰিয়াখনত যোৱা দহ দিনত কেনাইন ডিছটেম্পাৰ ভাইৰাছৰ সংক্ৰমণত মৃত্যু মুখত পৰিছে ৮টা শিয়াল। ঘটনা সন্দৰ্ভত চিৰিয়াখানাৰ বিষয়াৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীৰ। ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে শিয়ালৰ ।