57
ডিজিটেল ডেস্কঃ মোবাইল নেটৱৰ্কৰ ক্ষেত্ৰত বাকীবোৰ টেলিকম প্ৰতিষ্ঠানক আহিয়েই চেৰ পেলাবলৈ সমৰ্থ হৈছে Jio। এইবাৰ লেপটপৰ বজাৰতো বাকীবোৰক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে Jio।
অতি শীঘ্ৰেই তেনেই কম দামত বজাৰত প্ৰতিষ্ঠানটোৱে মুকলি কৰি দিব 4G লেপটপ। ১৩.৩ ইঞ্চিৰ LED স্ক্ৰীণ আৰু ইণ্টেল পেনটিয়াম কোৱাড কৰ প্ৰচেছৰৰ লেপটপৰ দাম ১৫-২০ হাজাৰৰ ভিতৰত হ’ব বুলি জানিব পৰা গৈছে।